বংগ কন্যা তথা অসমৰ বোৱাৰী জনপ্ৰিয় গায়িকা মৰ্মিতা মিত্ৰৰ আজি জন্মদিন।(Marmita Mitra Birthday)

২৭ সম্পূৰ্ণ কৰি আজি ২৮ বছৰত ভৰি দিলে মৰ্মিতা মিত্ৰই।

জন্মদিনত দেউতাকক মনত পেলাই আৱেগিক হৈ পৰে মৰ্মিতা মিত্ৰ।

জন্মদিন উপলক্ষে সামাজিক মাধ্যমত এটা পোষ্ট শ্বেয়াৰ কৰে গায়িকাগৰাকীয়ে।
