Breaking

বিবাহিত মহিলাই কোলাত কেঁচুৱালৈ মছজিদৰ চাঁদত উঠি আত্মহত্যাৰ চেষ্টা

0 2,240

বুধবাৰে মৰিগাঁও মিকিৰভেটা থানাৰ অন্তৰ্গত মিকিৰ গাঁৱৰ জামে মছজিদত ঘটিল এক আজৱ কাণ্ড। এগৰাকী মহিলা নাম-চাজুন বেগম ,স্বামী – ৰিয়াজুদ্দিন ।চাজুন বেগমে মিকিৰভেটা থানাৰ অন্তৰ্গত মিকিৰ গাঁৱৰ জামে মছজিদৰ  চাঁদত উঠি আত্মহত্যা কৰা প্ৰচেষ্টা কৰিছে।চাজুন বেগমে চিঞৰী  চিঞৰী কয় যে তেৱৰ স্বামীৰ পৰিয়ালে তেওঁক মানসিক আৰু শাৰিৰীক ভাৱে কষ্ট দি আহিছে।এই সংক্ৰান্তত আৰক্ষীক অৱগত কৰাত কোনোধৰণৰ পদক্ষেপ নোলোৱাৰ বাবে এই পথ বাচি লৈছে। অৱশ্যে আৰক্ষী আৰু ৰাইজৰ সহযোগিতাত কেঁচুৱাৰ সৈতে মহিলা গৰাকীক সুস্থ শৰীৰে উদ্বাৰ কৰে। 

Leave A Reply