Breaking

মাৰ্চিয়েল আৰ্টচ বগীনামা বিশ্ব ছেম্পিয়নশ্বিপৰ স্থানপ্ৰাপকক তামুলপুৰত বিপুল সম্বৰ্ধনা

0 81

অলপতে ভিয়েটনামত অনুষ্ঠিত মাৰ্চিয়েল আৰ্টচ বগীনামা বিশ্ব ছেম্পিয়নশ্বিপত তৃতীয় স্থানপ্ৰাপ্ত তামুলপুৰৰ জামুগুৰিৰ সন্তান জিণ্টি কোছ ৰাভাক তামুলপুৰৰ জামুগুৰিত বিপুল ভাৱে সম্বৰ্ধনা জনোৱা হয়৷

তামুলপুৰ জিলা ৰাভা ছাত্ৰ সন্থা আৰু জামুগুৰিৰ স্থানীয় ৰাইজৰ সহযোগত জি্ণ্টি কোছ ৰাভাক বিপুলভাৱে সম্বৰ্ধনা জনোৱা হয়৷

Leave A Reply