Breaking

নিৰ্বাচনৰ মাজতে মণিপুৰত ভয়ংকৰ বিস্ফোৰণ…

0 10

নিৰ্বাচনৰ মাজতে মণিপুৰত ভয়ংকৰ বিস্ফোৰণ
বোমাৰে উৰুৱাই দিয়া হ’ল থংগাইবি দলং


নিশা ১২ বজাত সংঘটিত হয় বোমা বিস্ফোৰণটো
২নং ৰাষ্ট্ৰীয় ঘাইপথৰ চাপৰমেইনা-লাইখা সংযোগী দলঙত বিস্ফোৰণ


কুকি অধ্যুষিত অঞ্চলটোত অব্যাহত আছে প্রচণ্ড গুলীয়াগুলী
নাগালেণ্ড আৰু মণিপুৰৰ মাজত সম্পূৰ্ণৰূপে ব্যাহত হৈছে যাতায়াত

Leave A Reply