Breaking

দিল্লী-NCRসহ উত্তৰ ভাৰতত প্ৰবল ভূমিকম্প…

0 81

দিল্লী-NCRসহ উত্তৰ ভাৰতত প্ৰবল ভূমিকম্প। ৰিখটাৰ স্কেলত ভূমিকম্পৰ মাত্ৰা ৪.৪৬ আৰু ৬.২।

ভূমিকম্পৰ অভিকেন্দ্ৰ নেপাল। একেৰাহে ৪টাকৈ ভূমিকম্পত নেপালত ব্যাপক ক্ষয়-ক্ষতি।

দিল্লীৰ লগতে উত্তৰাখণ্ডসহ কেইবাখনো ৰাজ্যত অনুভূত জোকাৰণি। ভূমিকম্পৰ বাবে দিল্লী আৰক্ষীয়ে জাৰি কৰিছে সতৰ্কতামূলক জাননী।

Leave A Reply