Breaking

মহানগৰীৰ লালগণেশত বিধ্বংসী অগ্নিকাণ্ড ! জুইত ভস্মীভূত কেইবা কোটি টকাৰ সম্পত্তি…

0 31

মহানগৰীৰ লালগণেশত বিধ্বংসী অগ্নিকাণ্ড। ফাৰ্ণিচাৰ আৰু বিদ্যুতৰ কেবলৰ গুদামত অগ্নিকাণ্ডৰ সূত্ৰপাত।

লেলিহান শিখাই নিমিষতে আগুৰি ধৰিলে দুটা গুদাম । ভস্মীভূত কোটি কোটি টকাৰ সম্পত্তি।

ফাৰ্ণিচাৰ আৰু বিদ্যুতৰ কেবলৰ গুদামত অগ্নিকাণ্ডৰ সূত্ৰপাত। জুইত ভস্মীভূত কেইবা কোটি টকাৰ সম্পত্তি।

Leave A Reply