Breaking

কাছাৰৰ উধাৰবন্দত বিধ্বংসী অগ্নিকাণ্ড ! অগ্নিকাণ্ডত লক্ষাধিক টকাৰ সা-সামগ্রী ভস্মীভূত…

0 23
  • কাছাৰৰ উধাৰবন্দত বিধ্বংসী অগ্নিকাণ্ড।
  • চইলতা কান্দিৰ তাজল উদ্দিন নামৰ এজনৰ ঘৰত এই অগ্নিকাণ্ড।

  • জুইত সম্পূৰ্ণৰূপে জাহ গ’ল লোকজনৰ বাসগৃহ।
  • অগ্নিকাণ্ডত লক্ষাধিক টকাৰ সা-সামগ্রী ভস্মীভূত।

  • অগ্নিনিৰ্বাপক বাহিনীৰ তৎপৰতাত নিৰ্বাপিত হয় জুই।
Leave A Reply