Breaking

জোনাইৰ তেলামত বিধ্বংসী অগ্নিকাণ্ড ! জুইত ভস্মীভূত গামচোক গাঁৱৰ সোণটো ৰাভা নামৰ লোকজনৰ বাসগৃহ…

0 39

জোনাইৰ তেলামত বিধ্বংসী অগ্নিকাণ্ড। জুইত ভস্মীভূত গামচোক গাঁৱৰ সোণটো ৰাভা নামৰ লোকজনৰ বাসগৃহ।

অগ্নিকাণ্ডত জাহ যায় পৰিয়ালটোৰ ডেৰ লক্ষাধিক টকাৰ সা-সম্পত্তি।

বৰ্তমানলৈ জানিব পৰা নাই অগ্নিকাণ্ডৰ সূত্ৰপাতৰ কাৰণ।

Leave A Reply