Breaking

Browsing Category

Meghalaya

উওাল সোণাপুৰ ,ডিমৰীয়াক বচাওঁক শীৰ্ষক প্ৰতিবাদত  জনতাই কপালে ৰাষ্ট্ৰীয় ঘাইপথ

আহ ঐ আহ, উলাই আহ, খেদ ঐ খেদ বাংলাদেশীক খেদ ৷ আমাৰ মাটি আমাৰ জাতি ৷ বেদখলকাৰীৰবোজা নলওঁ আমি জাপি। খিলঞ্জীয়াৰ ভূমি পুত্ৰক  ৰক্ষা কৰক ৷জনজাতীয় আবেষ্টনীৰ পৰা অবৈধ বেদখলকাৰীক উচ্ছেদ কৰক ৷ চিৰ সেউজীয়া আমাৰ ডিমৰীয়া ৷বেদখলকাৰীৰ নহয় চৰণীয়া পথাৰ
Read More...

সত্য ৰঞ্জন বৰাৰ গ্ৰন্থ “দ্ৰোহ সনাতন – শ্ৰীমন্ত শংকৰদেৱ আৰু জাতীয় দৰ্শন সাৰকথা’…

অসমৰ অগ্ৰণী সামাজিক সাংস্কৃতিক সংগঠন কুটুম্ব সুৰক্ষা পৰিষদৰ সভাপতি তথা হিন্দুত্ববাদী নেতা সত্য ৰঞ্জন বৰা 'দ্ৰোহ সনাতন - শ্ৰীমন্ত শংকৰদেৱ আৰু জাতীয় দৰ্শন সাৰকথা' শীৰ্ষক গৱেষণা মূলক গ্ৰন্থখনি আজি গুৱাহাটী টাউন ক্লাবৰ
Read More...

শালকোচা আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৯ টা চোৰাং গৰু।

শালকোচা আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৯ টা চোৰাং গৰু। পৰ'ৰ শ্ৰীগ্ৰাম ষষ্ট খণ্ড তথা খেৰডুবিত এক গোপন সুত্ৰৰ পোমখেদি শালকোচা আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৯ টা চোৰাং গৰু।
Read More...

টেঙাখাতৰ চোৰাং গৰু ব্যৱসায়ী মুনু খানক গ্ৰেপ্তাৰ। জিলা কাৰাগাৰলৈ প্ৰেৰণ।

টেঙাখাত আৰক্ষীৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সুমন চন্দ্ৰ সাহাৰ নেতৃত্বত যোৱা এটা আৰক্ষী দলে এক গোপন খবৰ ভিত্তিত নিজ টেঙাখাত অঞ্চলৰ মনু খান নামৰ এটা চোৰাং গৰু সৰবৰাহকাৰীৰ ঘৰত অভিযান চলাই গৰু মাংস কাটি থকা অৱস্থাত হাতেলোটে আতক কৰে।
Read More...

ভৱিষ্যতক সবলীকৰণঃ শৈক্ষিক উৎকৰ্ষতাৰ প্ৰতি দায়বদ্ধতা পুনৰ দৃঢ় কৰিলে বিটিচিৰ মুৰব্বী

কোকৰাঝাৰ চৰকাৰী মহাবিদ্যালয়ত বডোলেণ্ড যুৱ সবলীকৰণ কাৰ্যসূচীৰ অধীনত ন’ডেল শিক্ষকৰ সৈতে এক অভিমুখী-সহ-পৰামৰ্শ সভা অনুষ্ঠিত হয়। বৈঠকত অংশগ্ৰহণ কৰি বিটিচিৰ মুৰব্বী প্ৰমোদ বড়োৱে সমগ্ৰ বিটিআৰত শৈক্ষিক নেটৱৰ্ক
Read More...

অসমৰ গাড়ী প্ৰৱেশত বাধা আৰোপ কৰি বিপদত মেঘালয় ! ৩০% হোটেল বুকিং বাতিল…

অসমৰ গাড়ী প্ৰৱেশত বাধা আৰোপ কৰি বিপদত মেঘালয়। মেঘালয়ৰ পৰ্যটনত পৰিছে বিৰূপ প্ৰভাৱ। শুকুৰবাৰৰ দিনটোত মেঘালয়ত ৩০% হোটেল বুকিং বাতিল।
Read More...

ৰাজ অভিষেক অনুষ্ঠান উলহ-মালহেৰে অনুষ্ঠিত

ঐতিহাসিক সাতোৰজা- পাঁচোৰজাৰ স্মৃতি বিজড়িত পাঁচোৰজাৰ ভিতৰৰে সৰা ৰজা হিচাপে নতুনকৈ আজি অঞ্চলৰ এগৰাকী বিশিষ্ট সমাজকৰ্মী সমৰ সিংহ ডেকাক স্বীকৃতি প্ৰদান কৰা হয়। এই উপলক্ষে আজি ৰহাৰ সৰাগাৱঁত ৰাজকীয় পৰম্পৰাৰে নতুন সৰা ৰজাগৰাকীৰ ৰাজ অভিষেক
Read More...

মেঘালয়ত বৃদ্ধি পাইছে HIVত আক্ৰান্ত শিশু…

মেঘালয়ত বৃদ্ধি পাইছে HIVত আক্ৰান্ত শিশু।৩৬৪টা শিশুৰ দেহত ধৰা পৰিছে মাৰাত্মক এইডছ।মেঘালয়ত HIVত আক্ৰান্ত ৮হাজাৰৰো অধিক প্ৰাপ্তবয়স্ক লোক। ৰাষ্ট্ৰীয় শিশু সুৰক্ষা আইনৰ
Read More...