Breaking

ৰাজ্যসভাত অধিৱেশনৰ সময়ত সদন এৰি নামাজ পঢ়িবলৈ যাব নোৱাৰিব সদস্যসকলে…

0 33

এতিয়াৰে পৰা ৰাজ্যসভাত নামাজৰ বাবে সময়ৰ পৰিসমাপ্তি।

নামাজৰ বাবে ৩০ মিনিটৰ বিৰতি সমাপ্ত। উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে সলনি কৰিলে ৰাজ্যসভাৰ প্ৰচলিত নিয়ম।

অধিৱেশনৰ সময়ত সদন এৰি নামাজ পঢ়িবলৈ যাব নোৱাৰিব সদস্যসকলে । পূৰ্বে শুকুৰবাৰে ২ বজাৰ পৰিৱৰ্তে ২.৩০ বজাৰ পৰা পুনৰ বহিছিল ৰাজ্যসভা।

Leave A Reply