Breaking

মেট গালা ২০২৪ঃ কোনে দামী পোছাক পৰিধান কৰিলে! ঈশা নে আলিয়াই…

0 18

মুকেশ আম্বানী আৰু নীতা আম্বানীৰ মৰমৰ কন্যা তথা ব্যৱসায়ী ঈশা আম্বানীয়ে দ্বিতীয়বাৰৰ বাবে মেট গালাত অংশগ্ৰহণ কৰে। এই উপলক্ষে ঈশা আম্বানীয়ে এনেকুৱা এটা গাউন পিন্ধিছিল যে তেওঁৰ সৌন্দৰ্য দেখি মানুহৰ চকু কপালত উঠিছিল। ঈশা আম্বানীয়ে ৰাণী দৰে মেট গালা অনুষ্ঠানত শোভা বঢ়াইলে। ফটো চাওক-

ঈশা আম্বানীৰ এই ড্ৰেছৰ লগতে ডিঙিত আবদ্ধ নেকেলেচ, হাতত হাৰ্ড ষ্টাইলৰ ব্ৰেচলেট আৰু কাণত কাণফুলি পিন্ধা দেখা গৈছিল।

ঈশা আম্বানীৰ এই অনন্য পোছাকৰ দাম এতিয়াও প্ৰকাশ কৰা হোৱা নাই। কিন্তু পোছাকলৈ চাই লক্ষাধিক মূল্য হ’ব বুলি অনুমান কৰা হৈছে।

বিশেষ কথাটো হ’ল ঈশাই দ্বিতীয়বাৰৰ বাবে মেট গালাত অংশগ্ৰহণ কৰিছে। ঈশাৰ বাহিৰে যদি ভাৰতীয়ৰ কথা কওঁ তেন্তে বলীউডৰ অভিনেত্ৰী আলিয়া ভাটেও অংশগ্ৰহণ কৰে মেট গালাত।


Leave A Reply