Breaking

বঙাইগাঁওত মিনি কেবিনেট ! মূখ্যমন্ত্রীয়ে প্ৰকাশ কৰিলে কেবাখনো প্ৰতিবেদন

0 2,228

মঙলবাৰে বঙাইগাঁৱত উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত হয় কেবিনেট বৈঠক। মিনি কেবিনেটৰ পূৰ্বে বঙাইগাঁও জিলাৰ সম্পূৰ্ণা প্ৰকল্প, সমগ্ৰ শিক্ষা, জিলাখনৰ বানপানী সমস্যা, বঙাইগাঁও জিলাত সৌভাগ্য প্ৰকল্প আৰু বঙাইগাঁও নগৰৰ একত্ৰিত নগৰ আন্তঃগাঁথনি ব্যৱস্থাপনা আৰু নৱীকৰণ কাৰ্যসূচী সন্দৰ্ভত ৫খন প্ৰতিবেদন মুকলি কৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই। মুকলি কৰা প্ৰতিবেদনসমূহত বঙাইগাঁও জিলা প্ৰশাসনে প্ৰকল্পসমূহ ৰূপায়ণৰ ক্ষেত্ৰত কৰা বিভিন্ন সাফল্যৰ ওপৰত আলোকপাত কৰিছে।

Leave A Reply