Breaking

মঙ্গলদৈ সমষ্টিৰ অন্তৰ্গত শাকতোলাত ছিগা মথাউৰি পৰিদৰ্শন মন্ত্ৰী পীয়ুষ হাজৰিকাৰ

0 1,082

পুৱতি নিশা মঙ্গলদৈ সমষ্টিৰ অন্তৰ্গত শাকতোলা নদীৰ বাওঁফালৰ মথাউৰিৰ প্ৰায় ১২ মিটাৰ মান অংশ ভূটানৰ পাহাৰৰ পৰা নামি অহা পানীয়ে হঠাৎ খহাই নিয়াৰ খবৰ পাই অঞ্চলটোত গৈ উপস্থিত হয়।উপস্থিত হৈ পানী কমাৰ লগে লগে ভগা অংশটো অতি শীঘ্ৰে মেৰামতি কৰিবলৈ নিৰ্দেশ প্ৰদান কৰে পীয়ুষ হাজৰিকাৰ ।

পৰিদৰ্শনৰ সময়ত স্থানীয় বিধায়ক বসন্ত দাস ডাঙৰীয়া, অসম মীন উন্নয়ন নিগমৰ অধ্যক্ষ গুৰুজ্যোতি দাস ডাঙৰীয়া, দৰং জিলাৰ উপায়ুক্ত ডাঙৰীয়া, জলসম্পদ বিভাগৰ মুখ্য অভিযন্তা বৰসিং ৰংপী ডাঙৰীয়া তথা আন আন জলসম্পদ বিভাগৰ বিষয়া সকল উপস্থিত থাকে।

Leave A Reply