Breaking

শিৱসাগৰৰ আমগুৰিৰ এখন হোটেলত চাহৰ জুতি ল’লে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই…

0 10

বুধবাৰে শিৱসাগৰ জিলাৰ নাজিৰা বিধানসভা সমষ্টিৰ অন্তৰ্গত আমগুৰিত উপস্থিত হয় মন্ত্ৰী জয়ন্ত মল্লবৰুৱা। আমগুৰি চাৰিআলিত উপস্থিত হৈ এখন চাহৰ দোকানত চাহৰ জুতি লয় মন্ত্ৰীগৰাকীয়ে।

আকস্মিকভাৱে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই চাহৰ দোকানত চাহৰ জুতি লোৱাৰ লগতে অঞ্চলটোৰ স্থানীয় ৰাইজৰ সৈতে চৰকাৰৰ বিভিন্ন আঁচনি তথা কাম-কাজৰ সন্দৰ্ভত মত বিনিময় কৰে।

Leave A Reply