Breaking

ধেমাজি জিলা ক্ৰীড়া সন্থাৰ সভাপতি হিচাপে আনুষ্ঠানিকভাৱে দায়িত্ব গ্ৰহণ মন্ত্ৰী ৰানোজ পেগুৰ

0 2,015

ধেমাজি জিলা ক্ৰীড়া সন্থাৰ সভাপতি হিচাপে আনুষ্ঠানিকভাৱে দায়িত্ব গ্ৰহণ কৰে শিক্ষা মন্ত্ৰী ৰানোজ পেগুয়ে । ধেমাজিত ক্ৰীড়াৰ আন্তঃগাঁথনি গঢ়ি তোলা আৰু ক্ৰীড়া প্ৰতিযোগিতাসমূহ নিয়মিতভাৱে অনুষ্ঠিত কৰি ক্ৰীড়াক্ষেত্ৰখনক আগুৱাই নিয়াৰ কাৰণে দায়বদ্ধ বুলি উল্লেখ কৰে শিক্ষা মন্ত্ৰী ৰানোজ পেগুয়ে ।