আজি ৰঙিয়াৰ হৰদত্ত বীৰদত্ত ভৱনত ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ প্ৰশিক্ষণ বিভাগৰ দ্বাৰা আয়োজিত
![](https://www.dainandinbartagroup.in/wp-content/uploads/2023/11/400363392_903714731113503_2287751497704874485_n.jpg)
পৌৰসভাৰ পাৰিষদ সকলৰ প্ৰশিক্ষণ শিবিৰত “আদৰ্শ জনপ্ৰতিনিধি, কাৰ্যালয়, জনসংবাদ, ভ্ৰমণ আৰু সামাজিক মাধ্যম” ৰ ওপৰত বক্তব্য ৰাখে মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে ।
![](https://www.dainandinbartagroup.in/wp-content/uploads/2023/11/398576278_903714801113496_4001480745291003615_n.jpg)
এই প্ৰশিক্ষণ শিবিৰে পৌৰসভাৰ পাৰিষদসকলক দক্ষতা বৃদ্ধিৰ ক্ষেত্ৰত নিশ্চিত ৰূপত উপকৃত কৰিব বুলি দৃঢ়বিশ্বাস মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ ৷