Breaking

ধুবুৰীস্থিত ঐতিহাসিক পানবাৰী মছজিদ পৰিদৰ্শন কৰে মন্ত্ৰী ৰণোজ পেগুয়ে…

0 1,659

গৌৰীপুৰত থকা পানবাৰী মছজিদ চতুৰ্দশ শতিকাত আলী মেচে প্ৰতিষ্ঠা কৰা আজি মন্ত্ৰী ৰণজ পেগু পৰিদৰ্শন কৰি কয় যে ইয়াত এখন আদৰ্শ বিদ্যালয় হব বুলি জনায়।


ইপিনে সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ মাননীয় সভাপতি সাহানাৱাজ হুছেইন মন্তব্য দি কয় যে আমাৰ দাবী সমূহ আগৰ পৰাই আছিল ইয়াত এখন ইংলিচ মেডিয়াম স্কুল লাগে আমাৰ লৰা ছোৱালী মাদ্রাছা পড়াৰ লগতে আমাৰ লৰা ছোৱালী ডাক্তাৰ ইনজিনিয়াৰ হব লাগিব সেই দাবীৰ প্ৰতি সহাঁৰি জনাই মন্ত্ৰী ৰণজ পেগু আজি আদৰ্শ বিদ্যালয় এখন হব বুলি জনায় লগতে সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ প্ৰতি সহাঁৰী দিয়াৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰক ধন্যবাদ জ্ঞাপন কৰে।

Leave A Reply