Breaking

অভিনেতা ছলমান খানৰ ঘৰৰ সন্মুখত দুৰ্বৃত্তৰ গুলীচালনা…

0 32

অভিনেতা ছলমান খানৰ ঘৰৰ সন্মুখত দুৰ্বৃত্তৰ গুলীচালনা।

বান্দ্ৰাস্থিত অভিনেতাগৰাকীৰ গেলেক্সি এপাৰ্টমেণ্টত এই ঘটনা সংঘটিত হয়।

পুৱতিনিশা বাইকেৰে অহা দুই অচিনাক্ত ব্যক্তিয়ে তিনি জাই গুলী চলাই পলায়ন কৰে।

ঘটনাৰ পাছতে ছলমান খানৰ বাসগৃহত বৃদ্ধি কৰা হয় নিৰাপত্তা।

Leave A Reply