January 6, 2024 সুৰাপান কৰি গাড়ী চলাই আৰক্ষীৰ জালত বিধায়ক ৰঞ্জিত দত্তৰ পুত্ৰ… Share FacebookTwitterWhatsAppTelegramKooEmail সুৰাপান কৰি গাড়ী চলাই আৰক্ষীৰ জালত বিধায়ক ৰঞ্জিত দত্তৰ পুত্ৰ ৷ যোৰাবাট আৰক্ষীয়ে আটক কৰে ৰঞ্জিত দত্তৰ পুত্ৰ দ্বীপজ্যোতি দত্তসহ ৩ জন যুৱকক ৷ নিশা সুৰাপান কৰি ফৰছুনাৰ গাড়ী চলাই আহিছিল দ্বীপজ্যোতি দত্তই৷ Author: দৈনন্দিন বাৰ্তা Related Articles মঠঘৰীয়া পাহাৰত ছামিমৰ পোছাক উদ্ধাৰ আৰক্ষীৰ… দৈনন্দিন বাৰ্তা - May 1, 2026 শিৱসাগৰ জিলালৈ গৌৰৱ কঢ়িয়াই আনিছে মেধাৱী ছাত্ৰী প্ৰেৰণা প্ৰিয়দৰ্শিনী বাইলুং দৈনন্দিন বাৰ্তা - April 29, 2026 জামিন মঞ্জুৰ দেশ কঁপোৱা ৰাজা ৰঘুবংশীৰ হত্যাকাৰী সোণমৰ দৈনন্দিন বাৰ্তা - April 28, 2026