Breaking

মোদীৰ গেৰাণ্টী মানে ‘গেৰাণ্টী পূৰণ হোৱাৰ গেৰাণ্টী’ ! নলবাৰীৰ বিশাল জনসভাত এই মন্তব্য প্ৰধানমন্ত্ৰীৰ…

0 19

অসমত প্ৰধানমন্ত্ৰী মোদীৰ নিৰ্বাচনী ৰণডংকা । আজি নলবাৰীত প্ৰচাৰ প্ৰধানমন্ত্ৰীৰ ।মিত্ৰজোটৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীৰ হৈ এই প্ৰচাৰ কাৰ্যসূচীত অংশ লব প্ৰধানমন্ত্ৰীগৰাকীয়ে ।

‘২০১৪ চনত মোদীৰ অসম ভ্ৰমণে আশা কঢ়িয়াই আনিছিল, ২০১৯ চনত মোদীয়ে বিশ্বাস দিলে’। আৰু ২০২৪ত মোদীয়ে আনিছে ‘গেৰাণ্টী’।

মোদীৰ গেৰাণ্টী মানে ‘গেৰাণ্টী পূৰণ হোৱাৰ গেৰাণ্টী’। নলবাৰীৰ বিশাল জনসভাত এই মন্তব্য প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ।

Leave A Reply