Breaking

বিপদত মহম্মদ ৰিজৱান ! পাকিস্তানী বেটাৰ মহম্মদ ৰিজৱানৰ বিৰুদ্ধে নিয়ম উলংঘনৰ অভিযোগ…

0 79

বিপদত মহম্মদ ৰিজৱান! পাকিস্তানী বেটাৰ মহম্মদ ৰিজৱানৰ বিৰুদ্ধে নিয়ম উলংঘনৰ অভিযোগ।

ICCত অভিযোগ দাখিল উচ্চতম ন্যায়ালয়ৰ অধিবক্তাৰ।

বিশ্বকাপত নেডাৰলেণ্ডচৰ বিৰুদ্ধে খেলৰ সময়ত খেলপথাৰত প্ৰাৰ্থনা কৰিছিল ৰিজৱানে।

Leave A Reply