Breaking

মহাৰাষ্ট্ৰত অনুষ্ঠিত ৰাষ্ট্ৰীয় চেম্বʼ প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদক লাভ চৰাইদেউৰ মুন গগৈৰ…

0 36

২৬ জানুৱাৰী তাৰিখৰ পৰা ২৮ জানুৱাৰী তাৰিখলৈ মহাৰাষ্ট্ৰৰ ঔৰাঙ্গাবাদৰ ডিভিজনেল স্পʼৰ্টছ কমপ্লেক্স গৰখেডা পৰিসৰ ছত্ৰপতি শিৱাজী নগৰত ৰাষ্ট্ৰীয় চেম্বʼ প্ৰতিযোগিতাৰ সফল সমাপ্তি ঘটে । আন্তঃৰাষ্ট্ৰীয় অলিম্পিক সন্থাৰ স্বীকৃতিপ্ৰাপ্ত ৰাষ্ট্ৰীয় চেম্বʼ প্ৰতিযোগিতাত অসম দলৰ হৈ Charaideo District Sambo Sports Associationৰ খেলুৱৈ মুন গগৈয়ে ৫০-৫৪ কেজি শাখাত উক্ত প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদক লাভ কৰি জিলাখনলৈ গৌৰৱ কঢ়িয়াই আনে।

Sambo Sport association of Assamৰ কাৰিকৰী নিৰ্দেশক আৰু কম্বেক শাখাৰ মূখ্য প্ৰশিক্ষক ৰাতুল গগৈৰ তত্বাৱধানত প্ৰশিক্ষণ লৈ থকা মুন গগৈ চৰাইদেউ জিলাৰ ২ নং কানু গাঁও পাটৰবাৰীৰ নিৱাসী পিতৃ গোবিন গগৈ আৰু মাতৃ মামণি গগৈৰ সুযোগ্য সন্তান।

Leave A Reply