Breaking

তামুলপুৰত মৰেল পুলিচৰ ঘটনা। চোৰৰ সন্দেহত প্ৰাণ ল’লে যুৱকৰ…

0 86

.

তামুলপুৰত মৰেল পুলিচৰ ঘটনা।

চোৰৰ সন্দেহত এজন যুৱকক মাৰধৰ কৰি হত্যা ।

নিহত যুৱক জন তিনিপুখুৰী গাঁৱৰ বিনোদ ব্ৰহ্ম ৷

তিনিপুখুৰী গাঁৱত এই ঘটনা সংঘটিত হৈছে ৷

ঘটনাস্থলীত তামুলপুৰ আৰক্ষীৰ দল উপস্থিত ৷

অভিযুক্ত বলাই দাস সম্প্ৰতি পলাতক ৷

অঞ্চলজুৰি চেপা উত্তেজনা অব্য়াহত, তামুলপুৰ আৰক্ষীৰ তদন্ত আৰম্ভ ৷

মৃত বিনোদ ব্ৰহ্মক বলাই দাসে ৰচিৰে তামোল গছত বান্ধি মাৰধৰ কৰি হত্যা কৰাৰ অভিযোগ পৰিয়ালৰ।

Leave A Reply