Breaking

পুনৰ মৰেল পুলিচিঙৰ ঘটনা; ছাগলী চোৰৰ সন্দেহত ৩ যুৱকক গছত বান্ধি, চোলা খুলি নিৰ্মম প্ৰহাৰ একাংশ লোকৰ…

0 39

শিৱসাগৰৰ নামতিয়ালত মৰেল পুলিচিঙৰ ঘটনা।


৩ যুৱকক গছত বান্ধি, চোলা খুলি নিৰ্মম প্ৰহাৰ একাংশ লোকৰ।


যুৱকত্ৰয়ক ছাগলী চোৰৰ সন্দেহত গুৰুলা-গুৰুলকৈ প্ৰহাৰ কৰা বুলি জানিব পৰা গৈছে।

Leave A Reply