Breaking

হাওৰাঘাটত মৰেল পুলিচিঙৰ ঘটনা ! গৰু চুৰিৰ সন্দেহত এজন যুৱকক নিৰ্মম প্রহাৰ গঞাৰ…

0 22

হাওৰাঘাটত মৰেল পুলিচিঙৰ ঘটনা
জামগুৰি মুণ্ডা গাঁৱত উত্তপ্ত পৰিস্থিতি


গৰু চুৰিৰ সন্দেহত এজন যুৱকক নিৰ্মম প্রহাৰ গঞাৰ
যুৱকজনৰ নাম কুদুৰাম পুতি
চোৰক উদ্ধাৰ কৰিবলৈ যোৱা আৰক্ষীৰে গাঁওবাসীৰ সংঘাত


আৰক্ষীৰ বাহনলৈও শিলগুটি নিক্ষেপ
আহত কেইবাজনো আৰক্ষীৰ লোক
পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীৰ শূন্যলৈ গুলীচালনা

Leave A Reply