Breaking

আইজলৰ বাংকাউ অঞ্চলত জব্দ ১৭ কিলোগ্ৰামৰো অধিক নিচাযুক্ত টেবলেট…

0 21

আইজলৰ বাংকাউ অঞ্চলত জব্দ বুজন পৰিমাণৰ নিচাযুক্ত টেবলেট৷ উদ্ধাৰ কৰা টেবলেটখিনিৰ ওজন ১৭ কিলোগ্ৰামৰো অধিক ৷

প্ৰায় এক লাখ সত্তৰ হাজাৰ নিচাযুক্ত মেথামফেটামাইন টেবলেট জব্দ৷ আবকাৰী আৰু নাৰ্ক’টিক বিভাগৰ অভিযানত জব্দ টেবলেটখিনি ৷

ম্যানমাৰৰ ৰবাৰ্ট নামৰ এজন সৰবৰাহকাৰীক আটক৷ জব্দকৃত টেবলেটখিনিৰ আন্তৰ্জাতিক বজাৰমূল্য ৪০ কোটি টকাৰো অধিক৷

Leave A Reply