Breaking

ভাৰতীয় জনতা পাৰ্টীৰ বিষ্ণুপুৰ মণ্ডলত ২০০ ৰো অধিকৰ যোগদান…

0 34

যোৱা ২১ এপ্ৰিল দেওবাৰে আবেলি ৪-০০ বজাত বিমলা নগৰত ফিল্ডত বিষ্ণুপুৰ মণ্ডলৰ সভানেত্ৰী কৃষ্ণা দাসৰ উপস্থিতিত যোগদান কাৰ্যসূচীত উপস্থিত বিশিষ্ট অতিথি ক্ৰমে চিতা অধক্ষ মঙলদৈ লোকসভাৰ প্ৰাক্তন সাংসদ ৰমেন ডেকা ৰাজ্যিক কাৰ্যনিৰ্বাহক অশোক

ভৰালী বিষ্ণুপুৰ মণ্ডলৰ বিস্তাৰক দ্বীপজ্যোতি মিশ্ৰ বিষ্ণুপুৰ মণ্ডলৰ সহ প্ৰভাৰী কল্লোল চক্ৰৱৰ্তী গুৱাহাটী মহানৰ জিলাৰ উপ-সভাপতি ৰুপেন বৰুৱা আৰু বিষ্ণুপুৰ মণ্ডলৰ অন্তৰ্গত ১৮ নং ৱাৰ্ডৰ পাৰিষদ শংকৰ চক্ৰৱৰ্তী ১৯ নং ৱাৰ্ডৰ পাৰিষদ ব্ৰীজেশ ৰয়

(ধনদা) ২০ নং ৱাৰ্ডৰ পাৰিষদ গৌৰগোপাল মণ্ডল ২১ নং ৱাৰ্ডৰ পাৰিষদ সন্দীপ দেৱ সাধাৰণ সম্পাদক ভবেশ সৰকাৰৰ উপস্থিতিত ৪০০শ জনসাধাৰণৰ উপস্থিতিত ২০০ জনৰো অধিক কাৰ্যকৰ্তাই ভাৰতীয় জনতা পাৰ্টীৰ বিষ্ণুপুৰ মণ্ডলত যোগদান কৰে ৷

Leave A Reply