Breaking

মৰাণৰ ঝলমত ভয়ংকৰ পথ দুৰ্ঘটনাত মাতৃ-কন্যাৰ মৃত্যু…

0 24

মৰাণৰ ঝলমত ভয়ংকৰ পথ দুৰ্ঘটনা। পথত ৰৈ থকা ট্ৰাকত পিছফালৰ পৰা খুন্দা ৱেগনাৰৰ।

দুৰ্ঘটনাত মাতৃ-কন্যাৰ মৃত্যু। খুমটাই সেউজপুৰৰ ববী আখতাৰ আৰু ৩ বছৰীয়া কন্যা সন্তানৰ মৃত্যু।

চিকিৎসালয়লৈ নিয়াৰ পথতে মৃত্যু কন্যা সন্তানটিৰ। গাড়ী ভাড়া কৰি গুৱাহাটীৰ পৰা মৰাণলৈ গৈ আছিল মাতৃ-কন্যা।

Leave A Reply