Breaking

‘মা’ৰ বুকুৰ গাখীৰো উৎপাদন কৰা হ’ল লেবৰেটৰীত

0 2,030

নৱজাতক শিশুৰ শাৰীৰিক আৰু মানসিক বিকাশৰ বাবে অতিকৈ প্ৰয়োজনীয় মাতৃদুগ্ধ। পিছে এনে বহু শিশু আছে, যি খুব কম দিনতে হেৰুৱাই মাতৃক। তেনে নৱজাতক বঞ্চিত হয় মাতৃদুগ্ধৰ পৰা। পিছে বিজ্ঞান আৰু প্ৰযুক্তিৰ দ্ৰুত বিকাশৰ ফলত তেনে শিশুৱেও এতিয়াৰে পৰা কৰিব পাৰিব মাতৃদুগ্ধপান। প্ৰথমবাৰৰ বাবে বায়’মিল্ক নামৰ এক কোম্পানীয়ে  মহিলাৰ স্তন কণিকাৰ পৰা উৎপাদন কৰিছে এবিধ বিশেষ দুগ্ধ। সেই দুগ্ধবিধত থকা প্ৰ’টিন, কার্বহাইড্ৰেট ইত্যাদিৰ পৰিমাণ মাতৃদুগ্ধৰ সমপর্যায়ৰ।

Leave A Reply