N Biren Singh: মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙৰ পদত্যাগ

মণিপুৰৰ ৰাজনীতিত হঠাৎ পট পৰিৱৰ্তন।(N Biren Singh)

মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙৰ পদত্যাগ।

ৰাজ্যপালক সাক্ষাৎ কৰি পদত্যাগ পত্ৰ দাখিল।

অনাস্থা প্ৰস্তাৱ উত্থাপনৰ প্ৰস্তুতি চলিছিল বীৰেন সিঙৰ বিৰুদ্ধে৷

ৰাজ্যপালৰ হাতত এন বীৰেন সিঙে অৰ্পণ কৰে পদত্যাগ পত্ৰ৷

দেওবাৰে মুখ্যমন্ত্ৰীৰ পদ এৰিলে এন বীৰেন সিঙে।

আনহাতে দেওবাৰে পুৱা অমিত শ্বাহক সাক্ষাৎ কৰিছিল বীৰেন সিঙে।

জাতিগত সংঘৰ্ষত প্ৰায় ২ বছৰ ধৰি অশান্ত হৈ আছে মণিপুৰ।

কুকি আৰু মেইটেই জনগোষ্ঠীৰ মাজত হৈছিল সংঘাত।

পৰিস্থিতি নিয়ন্ত্ৰণৰ ব্যৰ্থতাৰ অভিযোগ উঠিছিল এন বীৰেন সিঙৰ বিৰুদ্ধে।

বীৰেন সিঙৰ পদত্যাগৰো দাবীও উত্থাপন হৈছিল বহুবাৰ।

Related Articles