November 15, 2023 অবৈধ তীৰৰ বিৰুদ্ধে তীব্ৰতৰ নগাঁও আৰক্ষীৰ অভিযান… Share FacebookXWhatsAppTelegramKooEmail অবৈধ তীৰৰ বিৰুদ্ধে তীব্ৰতৰ নগাঁও আৰক্ষীৰ অভিযান। আৰক্ষীৰ জালত তীৰ সম্ৰাট বাবুল আলীৰ ঘণিষ্ঠ দীনেশ বাচফৰ। কেইমাহমান পূৰ্বে নগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল বাবুল আলীক। নগাঁও সদৰ আৰক্ষী থানাত জেৰা চলোৱা হৈছে দীনেশ বাচফৰক। Author: দৈনন্দিন বাৰ্তা Related Articles ঘনকান্তৰ আক্ৰমণত আহত শিৱসাগৰ আৰক্ষী নগৰ পৰিদৰ্শক দেৱাশিষ শৰ্মা দৈনন্দিন বাৰ্তা - November 4, 2026 ধুবুৰীত ৩৬জন বাংলাদেশী নাগৰিক গ্ৰেপ্তাৰ ! অবৈধ অনুপ্ৰৱেশৰ পিচত চেন্নাইলৈ যোৱাৰ পৰিকল্পনা দৈনন্দিন বাৰ্তা - October 31, 2026 ঘাতক ঘনকান্ত গগৈৰ পত্নীৰ আৰক্ষীৰ ওচৰত আত্মসমর্পণ দৈনন্দিন বাৰ্তা - October 31, 2026