Breaking

আৰক্ষীৰ জালত ম’ষ্ট ৱাণ্টেড ড্ৰাগছ মাফিয়া ইকবাল হুছেইন

0 237

অৱশেষত নগাঁও আৰক্ষীৰ জালত ম’ষ্ট ৱাণ্টেড ড্ৰাগছ মাফিয়া ইকবাল হুছেইন। অতিৰিক্ত আৰক্ষী অধীক্ষক মানস শইকীয়াৰ নেতৃত্বত যোৱা দলে গ্ৰেপ্তাৰ কৰিলে ইকবালক। ইকবালৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰিছে ড্ৰাগছ সহ পইণ্ট ২২ পিষ্টল আৰু ৭জাই সজীৱ গুলী। হেৰাপট্টিত আত্মগোপন কৰি আছিল ইকবালে। সমগ্ৰ অঞ্চলটো ঘেৰি অভিযান চলাইছিল আৰক্ষীয়ে। চনু ৰবি দাস নামৰ আন এটা ড্ৰাগছ মাফিয়াকো আটক আৰক্ষীৰ।

Leave A Reply