Breaking

আন্তঃ জিলা টাইকোৱানডো প্ৰতিযোগিতালৈ নলবাৰী দল ঘোষণা…

0 1,579

অসম টাইকোৱানডো সন্থাৰ উদ্যোগত অহা ১৭,১৮,১৯,২০ আগষ্টত দুলিয়াজানত অনুষ্ঠিত হ’বলগীয়া ৩৭ সংখ্যক আন্তঃ জিলা টাইকোৱানডো প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ উদ্যেশ্যে নলবাৰী জিলাৰ ল’ৰা -ছোৱালীৰ দলটো-নলবাৰী টাইকোৱানডো সন্থাৰ সাধাৰণ সম্পাদক জ্ঞানদ্বীপ কলিতাই ঘোষণা কৰিছে। ঘোষণা অনুসৰী বিভিন্ন ওৱেট কেটেগুৰিত অংশ গ্ৰহন কৰিবলগীয়া খেলুৱৈ সকলৰ নাম —ছাৱ জুনিয়ৰ(ছোৱালী) আণ্ডাৰ ২০ কেজি– বাবী নাথ, আণ্ডাৰ ২২ কেজি — চন্দ্ৰাস্মিতা তালুকদাৰ, আণ্ডাৰ ২৪ কেজি– কৃস্নাগী ভূঞা, আণ্ডাৰ ২৬ কেজি–ববিতা নাথ, আণ্ডাৰ ২৯ কেজি–ভ্ৰান্তি কাশ্যপ, আণ্ডাৰ ৩২ কেজি–সংস্কৃতি শৰ্মা, আণ্ডাৰ ৩৫ কেজি– বৰষা নাথ, আণ্ডাৰ ৩৮ কেজি– ৰিহা কাশ্যপ, আণ্ডাৰ ৪১ কেজি– কৃষ্টি উ.জি কপিল, ছাৱ জুনিয়ৰ (ল’ৰা) আণ্ডাৰ ২১ কেজি– প্ৰীতম দাস, আণ্ডাৰ ২৩ কেজি–হৃদয় কাশ্যপ, আণ্ডাৰ ২৫ কেজি– ময়ুৰেশ দাস, আণ্ডাৰ ২৭ কেজি– সাগৰ বিকাশ শৰ্মা, আণ্ডাৰ ২৯ কেজি–দ্রোণাদিত্য তালুকদাৰ, আণ্ডাৰ ৩২ কেজি– জ্যোতিস্মান হালৈ, আণ্ডাৰ ৩৫ কেজি– ৰিছান ফাৰহাদ, আণ্ডাৰ ৩৮ কেজি– দেৱৰ্ষি তালুকদাৰ, আণ্ডাৰ ৪১ কেজি–জ্যোতিৰ্ময় দাস, আণ্ডাৰ ৪৪ কেজি– জানানশ্ৰুত গৌতম, আণ্ডাৰ ৫০ কেজি– নিৰুপম মেধি, কেডেট (ছোৱালী) Under ২৯ কেজি– সংগীতা নাথ, আণ্ডাৰ ৩৩ কেজি–নীলাক্ষী দাস

আণ্ডাৰ৩৭ কেজি– পাপৰি ডেকা , আণ্ডাৰ ৪১ কেজি– অংগনা দত্ত, আণ্ডাৰ ৪৪ কেজি–দৰদী সাহা আণ্ডাৰ ৫৫ কেজি– সমীক্ষা দাস, আণ্ডাৰ ৫৯ কেজি– শতাব্দী কলিতা, অভাৰ ৫৯ কেজি–আৰ্লিন ছিদ্দিকি, কেডেট (ল’ৰা) আণ্ডাৰ ৩৩ কেজি–হিৰক বৰুৱা, আণ্ডাৰ ৩৭ কেজি– জুবান দাস, আণ্ডাৰ ৪১ কেজি– ধৃতিৰাজ শৰ্মা, আণ্ডাৰ ৪৫ কেজি– নাছিমুদ্দিন আহমেদ, আণ্ডাৰ ৪৯ কেজি– নয়নমণি বড়ো, আণ্ডাৰ ৫৩ কেজি– প্ৰাণজিত বৰ্মন, আণ্ডাৰ ৫৭ কেজি–ৰিহান আহমেদ, আণ্ডাৰ ৬১ কেজি– বিবেক বিকাশ কলিতা, আণ্ডাৰ ৬৫ কেজি– মাৰ্টন আৰিয়া, অভাৰ ৬৫ কেজি– দীক্ষু কাশ্যপ, চিনিয়ৰ (মহিলা) আণ্ডাৰ ৪৬ কেজি–তৃষ্ণাৰাণী গোস্বামী, আণ্ডাৰ ৪৯ কেজি–হেনা বৰ্মন, আণ্ডাৰ ৫৩ কেজি– মেঘালী বৰ্মন, আণ্ডাৰ ৬২ কেজি–হিয়াশ্ৰী বৰ্মন, আণ্ডাৰ ৬৭ কেজি– তৃষ্ণামণি বৰ্মন, আণ্ডাৰ ৭৩ কেজি বিতুমণি দাস, অভাৰ ৭৩ কেজি– তনয়া দত্ত, চিনিয়ৰ (ল’ৰা) আণ্ডাৰ ৫৪ কেজি– ভাস্কৰজ্যোতি দাস, আণ্ডাৰ ৫৮ কেজি– ভাৰ্গৱ দাস, আণ্ডাৰ ৬৪ কেজি– সুজিত সাহা, আণ্ডাৰ ৬৮ কেজি–দ্বীপজ্যোতি বৰ্মন, আণ্ডাৰ ৭৪ কেজি- জ্যোতিস্মান দত্ত, আণ্ডাৰ ৮০ কেজি– প্ৰান্তিক বৰ্মন, অভাৰ ৮৭ কেজি– সাৰাংগ দিগন্ত দাস। প্ৰশিক্ষক দ্বীপ বৰ্মন,আফতাব ৰহমান। মেনেজাৰ কনক দাস, তপন ভট্টাচাৰ্য্য, অংকিত মিশ্ৰ।

Leave A Reply