Breaking

কৰিমগঞ্জৰ বাৰইগ্ৰামত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানত জব্দ ৬ লাখ টকাৰ নিচাজাতীয় সামগ্ৰী…

0 17

কৰিমগঞ্জৰ বাৰইগ্ৰামত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান। অভিযানত জব্দ ৬ লাখ টকাৰ নিচাজাতীয় সামগ্ৰী। এক্সপ্ৰেছ ব্ৰিজ কোৰিয়াৰ ছাৰ্ভিচৰ জড়িয়তে ড্ৰাগছ সৰবৰাহৰ চেষ্টা।

ড্ৰাগছসমূহ বাংগালুৰুলৈ সৰবৰাহৰ চেষ্টা চলাইছিল সৰবৰাহকাৰীয়ে।

পেকেটৰ পৰা উদ্ধাৰ ৪টা ড্ৰাগছ ভৰ্তি চাবোনৰ বাকচ। সৰবৰাহকাৰীৰ সন্ধানত আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত।

Leave A Reply