Breaking

সন্তান জন্ম হোৱাৰ লগে লগে মাতৃয়ে লাভ কৰিব টকা; মোদী চৰকাৰৰ বৃহৎ আঁচনি!

0 129

 শিশু জন্ম আৰু মাতৃৰ পুষ্টিৰ বাবে কেন্দ্ৰৰ আৰ্থিক সুবিধা

প্ৰধানমন্ত্ৰী মাতৃত্ব বন্দনা যোজনা বা এ এন এছৰ অন্তৰ্গত আকাংক্ষীয়ে আবেদন কৰিব পাৰিব লগতে অনলাইন আবেদন কৰিব পাৰিবI শিশুটি চৰকাৰী চিকিৎসালয়তেই হওক বা ব্যক্তিগত চিকিৎসালয়তেই হওক মহিলাসকলে এই আঁচনিৰ সুবিধা লাভ কৰিব পাৰেI প্ৰতীকী ছবিI

 চৰকাৰৰ এই আঁচনিৰ সুবিধা প্ৰথমবাৰৰ বাবে মাতৃত্বৰ সময়ত যাতে শিশু আৰু নিজৰ পুষ্টিৰ কোনো সমস্যা নহয়। এই ধনৰাশি তিনিটা কিস্তিত প্ৰদান কৰা হয়I প্রতীকী ছবি ৷

চৰকাৰৰ এই আঁচনিৰ সুবিধা প্ৰথমবাৰৰ বাবে মাতৃত্বৰ সময়ত যাতে শিশু আৰু নিজৰ পুষ্টিৰ কোনো সমস্যা নহয়। এই ধনৰাশি তিনিটা কিস্তিত প্ৰদান কৰা হয়I

প্ৰথমবাৰৰ বাবে ১০০০, দ্বিতীয়বাৰৰ বাবে ২০০০ আৰু তৃতীয়বাৰৰ বাবে ২০০০ টকা। কিন্তু যিসকল মহিলা কৰ্মৰত তেওঁলোকে এই সুবিধা নাপাবI ৷

প্ৰথমবাৰৰ বাবে মাতৃ হোৱা সকলে এই আঁচনিৰ সুবিধা লাভ কৰিবলৈ নিজাকৈ আধাৰ কাৰ্ড বা স্বামীৰ আধাৰ কাৰ্ড বেংকৰ পাছবুক ফটো, স্বামী-স্ত্ৰীৰ যৌথ একাউণ্ট থকা উচিত। এই আঁচনিৰ অধীনত মহিলাসকলে তিনিটা কিস্তিত লাভ কৰিব ৫ হাজাৰ টকাI

প্ৰথমবাৰৰ বাবে মাতৃ হ’বলৈ ওলোৱা সকলো মহিলাকে আৰ্থিক সাহায্য প্ৰদান কৰিব প্ৰধানমন্ত্ৰী মাতৃত্ব বন্দনাইI প্রতীকী ছবি ৷

এই আঁচনিৰ উদ্দেশ্য হৈছে মাতৃ বা গৰ্ভৱতী মাতৃক পুষ্টিকৰ খাদ্য যোগান ধৰা ৷

মোডী চৰকাৰৰ এই আঁচনিখন প্ৰধানমন্ত্ৰী মাতৃত্ব বন্দনা যোজনা-PMMVY বন্দনা নামেৰে জনাজাত। ইয়াৰ অধীনত নৱজাত শিশুৰ মাতৃক তিনিটা কিস্তিত ৫ হাজাৰ টকা দিয়া হ’ব ৷

এই আঁচনিখন ২০১৭ চনৰ ১ জানুৱাৰীত নৰেন্দ্ৰ মোদীৰ নেতৃত্বত কেন্দ্ৰীয় চৰকাৰে আৰম্ভ কৰিছে ৷

Leave A Reply