Breaking

নাজিৰাত তিনিখনকৈ বিদ্যালয়ত নুৰিল ৰাষ্ট্ৰীয় পতাকা : ক্ষোভ ৰাইজৰ

0 2,056

৭২ত্‌ম গণৰাজ্য দিৱস । ক’ৰনাকেন্দ্ৰিক পৰিবেশৰ মাজত কিছু সচেতনতাৰে আজি পুৱাৰে পৰা দেশ তথা ৰাজ্যৰ লগতে নাজিৰা সদৰতো ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰা হয় ।

কিন্তু নাজিৰা শিক্ষা খণ্ড অধীনস্ত আচলাবাৰীৰ মেথেনচোৱাস্থিত ৮১৩নং কুৰ্ম্মী বস্তি প্ৰাথমিক বিদ্যালয়, অসম চৰকাৰৰ সমাজ কল্যাণ বিভাগ সংহত শিশু উন্নয়ন সেৱা আঁচনিৰ ক্ৰমে নাজিৰাৰ পদূমপুখুৰী আৰু পহুসিঙ অংগনবাডী কেন্দ্ৰত নুৰিল ৭২ত্‌ম গণৰাজ্য দিৱসৰ ৰাষ্ট্ৰীয় পতাকা । চৰকাৰী কাৰ্যসূচীক চুড়ান্ত অৱমাননা, শিক্ষা বিভাগৰ ।

এতিয়া প্ৰশ্ন হয় ! মাহেলি চৰকাৰী দৰমহা খোৱা সহায়িকা নতুবা প্ৰধান শিক্ষকক এতিয়া কোনে ব্যৱস্থা গ্ৰহণ কৰিব । যাৰ বাবে স্থানীয় ৰাইজ ক্ষোভিত হৈ পৰা দেখা গৈছে ।

Leave A Reply