ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়

জি-৭ বৈঠক তিনি মাহ পিছুৱাব বিচাৰিছে মাৰ্কিন ৰাষ্ট্ৰপতিয়ে ।

দৈনন্দিন বাৰ্তা নিজা প্ৰতিবেদনঃ ভাৰত আৰু ৰাছিয়াৰ দৰে দেশবোৰৰ সৈতে উদ্যোগ সমৃদ্ধ দেশবোৰ আমন্ত্ৰণ কৰি আয়োজন কৰিব লগা জি-৭ শীৰ্ষ বৈঠক এইবাৰ জুন মাহৰ পৰা...

মহাৰাষ্ট্ৰত ৰাজহুৱা স্থানত থু পেলোৱা, ধূমপান কৰাত নিষেধাজ্ঞা ।

দৈনন্দিন বাৰ্তাৰ নিজা সেৱা : মাৰাত্মক ক’ৰোনা ভাইৰাছ ৰোধ কৰাৰ প্ৰচেষ্টাৰ অংশ হিচাপে মহাৰাষ্ট্ৰৰ মহা বিকাশ আগাদি চৰকাৰে ৰাজহুৱা স্থানৰ য’তে ত’তে থু পেলোৱা, ধূমপান কৰা বা...

পাইলট আক্ৰান্ত ক’ৰোনাত : মাজ আকাশৰ পৰা ঘুৰি আহিল মস্কো অভিমুখী বিমান ।

দৈনন্দিন বাৰ্তাৰ নিজা সেৱা : ককপিটত ক’ৰোনা ভাইৰাছ ৷ পাইলটৰ শৰীৰত পোৱা গ’ল মাৰাত্মক ক’ভিড-১৯ বীজাণু ৷ ফলত আজি মাজ আকাশৰ পৰাই ঘুৰাই আনিবলৈ বাধ্য হ’ল...

ৰাষ্ট্ৰীয় পৰ্যায়ৰ ম’বাইল ফটোগ্ৰাফী প্ৰতিযোগিতাৰ ফলাফল ঘোষণা

গোলাঘাট গোলাঘাটৰ কেইজনমান কুইজপ্ৰেমী যুৱকৰ দ্বাৰা গঠিত 'ইকুইনক্স' নামৰ কুইজ ক্লাবৰ উদ্যোগত সৰ্বভাৰতীয় পৰ্যায়ত অনুষ্ঠিত কৰা এখনি ম'বাইল ফটোগ্ৰাফী প্ৰতিযোগিতাৰ ফলাফল সোমবাৰে ঘোষণা কৰা হয়।...

চমকিত হোৱাইট হাউছ : আধুনিক যুগৰ ‘শ্ৰৱণ কুমাৰ’ক প্ৰশংসা মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ দুহিতা ইভাংকাৰ

আধুনিক যুগৰ শ্ৰৱণ কুমাৰ হিচাপে বিশ্বজুৰি চৰ্চা লাভ কৰিছে তেওঁ৷ নাম জ্যোতি কুমাৰী৷ মানসিক শক্তি আৰু অদম্য সাহসৰ এক নতুন পৰিভাষা৷ লকডাউনে জন-জীৱন বিধ্বস্ত...

Popular