ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়

Guillain-Barre Syndrome: মহাৰাষ্ট্ৰত নতুন ৰোগ, গুইলেন বেৰী চিন্দ্ৰমত আক্ৰান্ত হৈ মৃত্যু; এই ৰোগত ১০১ জন আক্ৰান্ত পুনেত

মহাৰাষ্ট্ৰত নতুন ৰোগৰ আতংক৷ গুইলেন বেৰী চিন্দ্ৰমত আক্ৰান্ত হৈ মৃত্যু মানুহৰ৷ ইতিমধ্যে এই ৰোগত আক্ৰান্ত হৈছে ১০০ জনৰো অধিক লোক৷ (Guillain-Barre Syndrome)

Mahakumbh: মহাকুম্ভত দুৰ্ঘটনা! বাগৰিল নাও, এন ডি আৰ এফে ৰক্ষা কৰিলে প্ৰাণ

মহাকুম্ভ মেলাত আন এক দুৰ্ঘটনা! যমুনাত তীৰ্থযাত্ৰীৰ নাওখন বাগৰিলে, এন ডি আৰ এফে ৰক্ষা কৰিলে প্ৰাণ। ইয়াৰে ১০ জন যাত্ৰীৰ ভিতৰত ৮ জন বিহাৰৰ আৰু দুজন ইন্দোৰৰ।(Mahakumbh)

Vladimir Putin: ৭০০ গাড়ী, ১৯ টা বিলাসী বাংলো, ৫৮ খন বিমান আৰু হেলিকপ্টাৰ! এই সমূহ সম্পত্তি এগৰাকী ৰাষ্ট্ৰপতিৰ?

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন সম্পদৰ ৰজা। তেওঁৰ হাতত আছে ৭০০খন গাড়ী, ৫৮খন বিমান, বিলাসী বাংলো।(Vladimir Putin)

Pm Modi on Republic Day: দিল্লীৰ অমৰ জোৱান জ্যোতিত শ্ৰদ্ধাঞ্জলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

সমগ্ৰ দেশত গণৰাজ্য দিৱস উদযাপন। এই উপলক্ষে দিল্লীৰ কৰ্তব্য পথত পেৰেড অনুষ্ঠিত হয়। ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰী মোদীয়ে ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰক পৰিদৰ্শন কৰি কৃতজ্ঞ জাতিটোৰ হৈ শ্বহীদসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।(Pm Modi on Republic Day)

Republic Day 2025: আজি দেশৰ ৭৬সংখ্যক গণৰাজ্য দিৱস

আজি দেশৰ ৭৬সংখ্যক গণৰাজ্য দিৱস। (Republic Day 2025) ভাৰতবৰ্ষই আজি ৭৬তম গণৰাজ্য দিৱস উদযাপন কৰিছে।

Popular