ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়

CP Radhakrishnan: মহাৰাষ্ট্ৰৰ ৰাজ্যপাল চি পি ৰাধাকৃষ্ণণক উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী প্ৰক্ষেপ

জগদীপ ধনখৰৰ পিছত দেশৰ (CP Radhakrishnan) উপ-ৰাষ্ট্ৰপতি কোন হ’ব সেই আলোচনাৰ মাজতে এইবাৰ এন ডি এ শিবিৰৰ পৰা উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে বিজেপিয়ে৷

Elvish Yadav: ইউটিউবাৰ এলভিছ যাদৱৰ বাসগৃহত গুলীচালনা

জনপ্ৰিয় ইউটিউবাৰ এলভিছ যাদৱৰ বাসগৃহত (Elvish Yadav)গুলীচালনা। প্রায় ২৪ ৰাউণ্ড গুলীচালনা কৰে দুর্বৃত্তই পুৱা ৫ বজাত সংঘটিত হয় এই ঘটনা।

Shubhanshu Shukla: আজি ভাৰতত উপস্থিত মহাকাশচাৰী শুভাংশু শুক্লা

Shubhanshu Shukla: আজি ভাৰতত উপস্থিত মহাকাশচাৰী শুভাংশু শুক্লা। মহাকাশচাৰীগৰাকীক উষ্ম আদৰণি জনাই দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাই।

Himanta Biswa Sarma: আজি দেশৰ ৭৯ সংখ্যক স্বাধীনতা দিৱসঃ খানাপাৰাত পতাকা উত্তোলন মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ

Himanta Biswa Sarma: আজি দেশৰ ৭৯ সংখ্যক স্বাধীনতা দিৱসঃ খানাপাৰাত পতাকা উত্তোলন মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ

স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত অসম আৰক্ষীৰ গৌৰৱ বৃদ্ধি — ১৭ গৰাকী বিষয়া-জোৱানক ৰাষ্ট্ৰপতিৰ পদক । Independence day 2025

স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত অসম আৰক্ষীৰ গৌৰৱ বৃদ্ধি — ১৭ গৰাকী বিষয়া-জোৱানক ৰাষ্ট্ৰপতিৰ পদক । Independence day 2025

Popular