ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়

Manmohan Singh: AICCৰ মুখ্য কাৰ্যালয়ত প্ৰাক্তন প্ৰধানমন্ত্ৰী ড০ মনমোহন সিঙৰ নশ্বৰদেহত শ্ৰদ্ধাঞ্জলি

কংগ্ৰেছৰ মুখ্য কাৰ্যালয়ত মনমোহন সিঙৰ নশ্বৰদেহত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে ছোনিয়া, ৰাহুল, প্ৰিয়ংকা, খৰ্গেকে ধৰি বহু নেতা কৰ্মীয়ে।(Manmohan Singh)

World’s Largest Dam Project:ব্ৰহ্মপুত্ৰত বিশ্বৰ সৰ্ববৃহৎ নদীবান্ধ নিৰ্মাণৰ পৰিকল্পনা চীনৰ

অসম তথা উত্তৰ-পূব ধ্বংসৰ ষড়যন্‌ৰ ৰচনা কৰিছে চীনে। ব্ৰহ্মপুত্ৰ নদীত(Brahmaputra River) বিশ্বৰ সৰ্ববৃহৎ নদীবান্ধ(World’s Largest Dam Project) নিৰ্মাণৰ পৰিকল্পনা কৰিছে বেইজিঙে। এই প্ৰকল্পৰ বাবে ক্লিয়াৰেন্স লাভ কৰা হৈছে। যিয়ে ভাৰতৰ উদ্বেগ বৃদ্ধি কৰিছে।

Titanic:ভ্ৰাম্যমাণ থিয়েটাৰ কহিনুৰৰ পৰা ওলাল ‘টাইটানিক’

ভ্ৰাম্যমান থিয়েটাৰ জগতত কহিনুৰ থিয়েটাৰৰ(Theater Kahinur) এক সুকীয়া স্থান আছে।(Titanic) এই কহিনুৰ থিয়েটাৰেই ১৯৯৮ চনত প্ৰথম বাৰৰ বাবে মঞ্চস্থ কৰিছিল নাট্যকাৰ হেমন্ত দত্তৰ 'টাইটানিক' আৰু সেই সময়ত এই নাটকখনে দৰ্শকৰ যথেষ্ট সহাৰি লাভ কৰিবলৈ সক্ষম হৈছিল।

Assam Book Fair:উৎসাহ-উদ্দীপনাৰে গুৱাহাটীত অসম গ্ৰন্থমেলা আৰম্ভ

“অসমীয়া ভাষাৰ যে এক স্বকীয় ইতিহাস আছে, এই ভাষা যে অতি সু-প্ৰাচীন এই কথা প্ৰতিপন্ন কৰিলে ধ্ৰুপদী স্বীকৃতিয়ে৷(Assam Book Fair) মহাৰাজা পৃথু, কুমাৰ ভাস্কৰ বৰ্মনৰ প্ৰাচীন কামৰূপৰ ইতিহাসেৰে অসমীয়া ভাষা সমৃদ্ধ৷ কিন্তু কামৰূপ যেন কিছু পৰিমাণে ইতিহাস বিচাৰৰ দিশৰ পৰা বঞ্চিত হৈ আছিল৷

Manmohan Singh: BMW নহয়, মাৰুতি ৮০০ বাহনেই প্ৰিয় আছিল প্ৰাক্তন প্ৰধানমন্ত্ৰী ড০ মনমোহন সিঙৰ

মাৰুতি ৮০০ বাহনেই অধিক পছন্দৰ আছিল ড০ মনমোহন সিঙৰ৷ প্ৰধানমন্ত্ৰী হিচাপে কোটিটকীয়া গাড়ীত ঘূৰিবলৈ মানসিকভাৱে প্ৰস্তুত নাছিল সিং৷(Manmohan Singh )

Popular