ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়

Modi-Trump Phone Call: ড’নাল্ড ট্ৰাম্পৰ সৈতে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বাৰ্তালাপ

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বাৰ্তালাপ।(Modi-Trump Phone Call)

Iran Attack israel: ইজৰাইলৰ ওপৰত ইৰানৰ ভয়ংকৰ আক্ৰমণ

‘ইৰানৰ হাতত ভাল অস্ত্ৰ-শস্ত্ৰ আছে যদিও আমেৰিকাৰ লগত তুলনা নহয়।’ পুনৰবাৰ ইৰানক সকীয়নি আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ।(Iran Attack israel)

Israel–Iran conflict: বন্ধ আকাশমাৰ্গ, ইৰাণত আৱদ্ধ কমেও ১০ হাজাৰ ভাৰতীয় ছাত্ৰ

ইৰাণ-ইজৰাইল সংঘাতে৷ কিন্তু সংঘাত বন্ধ হোৱা নাই। ইৰাণত ইজৰাইলৰ আক্ৰমণত কমেও ২২৪জন লোকৰ মৃত্যু হৈছে৷(Israel–Iran conflict)

Israel Strikes Iran’s State TV Studio: বাতৰি পঢ়ি থাকোতেই ইৰাণৰ ষ্টুডিঅ’ত ইজৰাইলৰ আক্ৰমণ, লাইভ টেলিকাষ্ট এৰি আঁতৰিল এংকৰ

এংকৰে নিউজ পঢ়ি থাকোতেই ইৰাণৰ ষ্টুডিঅ'ত ইজৰাইলৰ আঘাত। নিউজ পঢ়ি থাকোতে ইৰাণৰ টেলিভিছন ষ্টুডিঅ'ত লক্ষ্য কৰি লয় ইজৰাইলে।(Israel Strikes Iran's State TV Studio)

Ahmedabad Plane Crash: মৃত্যুু্ৱে হাত বাউলি মাতিছিল! ৬ জুনৰ টিকট বাতিল কৰি ১২ তাৰিখৰ টিকট বুকিং কৰিছিল এই দম্পতীয়ে

এই প্ৰবাসী দম্পতীয়ে ৬ জুনৰ টিকট বাতিল কৰি(Ahmedabad Plane Crash) ১২ তাৰিখৰ টিকট বুকিং কৰিছিল। তেওঁলোক ৬ জুনত লণ্ডনলৈ উভতি যোৱাৰ কথা আছিল।

Popular