ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়

Sonam Raghuvanshi: ফোনত ঘণ্টাৰ পিছত ঘণ্টা ধৰি কাৰ সৈতে কথা পাতিছিল সোনমে, পোহৰলৈ আহিছে সঞ্জয় ভাৰ্মাৰ নাম!

ৰাজা ৰঘুবংশী হত্যাকাণ্ডৰ গোচৰত আৰক্ষীয়ে পুনৰ ডাঙৰ তথ্য প্ৰকাশ কৰিছে।(Sonam Raghuvanshi) সোনম ৰঘুবংশীয়ে ঘণ্টাৰ পিছত ঘণ্টা ফোনত কথা পাতি থকা ব্যক্তিজন আন কোনো নহয়, ৰাজো নহয় তেন্তে কোন?

110 Indian Students Evacuated from Iran: যুদ্ধবিধ্বস্ত ইৰানৰ পৰা সুকলমে দেশলৈ উভতিল ভাৰতীয় শিক্ষাৰ্থীসকল

ইৰাণত অধ্যয়ন কৰি থকা ভাৰতীয়(110 Indian Students Evacuated from Iran) ছাত্ৰই পাঠ্যপুথি সামৰি ভাৰতলৈ বুলি ৰাওনা হৈছে৷ শতাধিক ভাৰতীয় ছাত্ৰ-ছাত্ৰীক বৃহস্পতিবাৰে বিমানেৰে নতুন দিল্লীলৈ অনা হয়৷

Black Hole: গিলি থ’ব হাজাৰ হাজাৰ সূৰ্যক, ধৰা পৰিল মহাকাশৰ দানৱ

টেলিস্কোপ ব্যৱহাৰ কৰি( Black Hole)বিশ্বব্ৰহ্মাণ্ডৰ সৰ্ববৃহৎ কৃষ্ণগহ্বৰ সৃষ্টি কৰিছে বিজ্ঞানীসকলে৷ ই বিশ্বব্ৰহ্মাণ্ডৰ এটা সৰু অংশত বিস্তৃত হৈ আছে

Israel-Iran Conflict: ইৰাণৰ সৰ্বোচ্ছ নেতা আয়াতুল্লাহ আলী খোমেইনিক হত্যা কৰিলেই যুদ্ধ বন্ধ হ’ব, কোনে ক’লে এই কথা ?

ইৰাণৰ সৰ্বোচ্ছ নেতা আয়াতুল্লাহ আলী(Israel-Iran Conflict)খোমেইনিক হত্যা কৰিলেই যুদ্ধ বন্ধ হ’ব। ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৱে এনে এক চাঞ্চল্যকৰ দাবী উত্থাপন কৰিছে৷

Gaza Attack: গাজাত অবৰ্ণনীয় পৰিস্থিতিঃ ৩৮ লোকৰ মৃত্যু

ইৰাণৰ সৰ্বোচ্ছ নেতা আয়াতুল্লাহ আলী(Gaza Attack)খোমেইনিক হত্যা কৰিলেই যুদ্ধ বন্ধ হ’ব। ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৱে এনে এক চাঞ্চল্যকৰ দাবী উত্থাপন কৰিছে৷

Popular