ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়

Non Veg Tiffin: টিফিনত আমিষ খাদ্য নিয়াৰ বাবেই স্কুলৰ পৰা বহিষ্কাৰ ছাত্ৰ! উচ্চ ন্যায়ালয়ত উপস্থিত মাতৃ…

শিশুটিয়ে নন-ভেজ টিফিন অনাৰ বাবে স্কুলৰ পৰা বহিষ্কাৰ কৰা হ'ল। তাৰ পিছত মায়ে হাইকোৰ্টত উপস্থিত হ'ল, ন্যায়লয়ে কি ৰায় দিলে?(Non Veg Tiffin)

Bhutan and Assam।অসম-ভূটানৰ মাজত থকা ঐতিহ্যপূর্ণ সম্পর্ক অধিক সুদৃঢ়কৰণ সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আলোচনা

Bhutan and Assam। ৰয়েল ভূটান চৰকাৰৰ আমন্ত্রণমর্মে চাৰিদিনীয়া ভ্রমণসূচীৰে সম্প্রতি ভূটান ভ্রমণৰত মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শর্মাই মঙলবাৰে ভ্ৰমণৰ দ্বিতীয়টো দিনত ভূটানৰ ৰজা জিগমে খেছাৰ নামগিয়াল ৱাংচুকক সাক্ষাৎ কৰি অসম-ভূটানৰ মাজত থকা ঐতিহ্যপূর্ণ সম্পর্কক অধিক সুদৃঢ়কৰণৰ ক্ষেত্রত এক গুৰুত্বপূর্ণ আলোচনাত মিলিত হয় ।

Snowfall in Odisha:অভূতপূৰ্ব ঘটনাঃ শীতপ্ৰবাহে কাবু কৰা ওড়িশাত হিমপাত!

দেশৰ কেইবাখনো ৰাজ্যত এতিয়া শীতপ্ৰবাহে(Snowfall in Odisha) সংহাৰৰ সৃষ্টি কৰিছে। ইয়াৰ পৰা হাত সাৰিব পৰা নাই ওড়িশাও(Orissa)। ওড়িশাত শেহতীয়াকৈ বহু ঠাইৰ পৰা আহিছে হিমপাতৰ ঘটনাৰ খবৰ।

Warning To Stone-Pelters:হিন্দু শোভাযাত্ৰা পাৰ হ’লেই সমস্যা আৰম্ভ হয়…

উত্তৰ প্ৰদেশত শেহতীয়াকৈ হিন্দু লোকৰ ধৰ্মীয় শোভাযাত্ৰাৰ সময়ত দুৰ্বৃত্তই শিলগুটি নিক্ষেপ(Warning To Stone-Pelters) কৰাৰ ঘটনা বৃদ্ধি পাইছে।

Priyanka Gandhi Bangladesh Bag: হাতে হাতে আমি বাংলাদেশৰ হিন্দু আৰু খ্ৰীষ্টানসকলৰ সৈতে থিয় দিছোঁ বুলি লিখা বেগ লৈ প্ৰতিবাদ বিৰোধীৰ

মঙলবাৰে বাংলাদেশী হিন্দুৰ সমৰ্থনত প্ৰিয়ংকা গান্ধীক দেখা গ’ল। সোমবাৰে কান্ধত ‘পেলেষ্টাইন’ লিখা বেগ এটা লৈ যোৱাৰ সময়তে মঙলবাৰে বাংলাদেশী হিন্দু আৰু খ্ৰীষ্টানৰ সপক্ষে মাত মাতিবলৈ বেগ লৈ উপস্থিত হয়।(Priyanka Gandhi Bangladesh Bag)

Popular