ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়

Uttrakhand News: উত্তৰাখণ্ডত ভয়ংকৰ হেলিকপ্টাৰ অঘটন, আহত পাইলট

তীৰ্থযাত্ৰী কঢ়িয়াই কেদাৰনাথলৈ যোৱা হেলিকপ্টাৰে ঘাইপথতে জৰুৰীকালীন অৱতৰণ কৰে, এগৰাকী পাইলট আহত।(Uttrakhand News)

Elon Musk vs Donald Trump:’প্ৰয়োজন হ’লে ৰাছিয়াই মাস্কক আশ্ৰয় দিব’! ট্ৰাম্পৰ সৈতে মুকলি সংঘাত ইলন মাস্কৰ

ট্ৰাম্প-মাস্ক বিবাদৰ মাজতে একাংশই মাস্কক আমেৰিকাৰ পৰা বহিষ্কাৰ কৰিবলৈ দাবী জনাইছে। অৱশ্যে ৰাছিয়া চৰকাৰৰ মুখপাত্ৰই এই সন্দৰ্ভত কোনো মন্তব্য দিব বিচৰা নাছিল।(Elon Musk vs Donald Trump)

5 richest people in India: ভাৰতৰ শীৰ্ষ ৫ জন ধনী মানুহ কোন ? আপুনি জানে আম্বানী, আদানীৰ কথা; বাকী তিনিজন কোন?

যেতিয়া ভাৰতৰ উদ্যোগপতি বা দেশৰ ধনী মানুহৰ বিষয়ে( 5 richest people in India) আলোচনা হয়, তেতিয়া দুটা নাম আহি পৰে।

Chenab Railway Bridge: আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিশ্বৰ সৰ্বোচ্চ দলং আনুষ্ঠানিকভাৱে মুকলি কৰিব।

‘অপাৰেশ্যন সিন্দূৰ’ৰ পাছত আজি প্ৰথমবাৰলৈ জম্মু-কাশ্মীৰত উপস্থিত হ'ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। ৪৬ হাজাৰ কোটিটকীয়া প্রায় ৮৪টা উন্নয়ন প্ৰকল্পৰ উন্মোচন, শিলান্যাস কৰিব মোদীয়ে।(Chenab Railway Bridge)

Operation Sindoor: বিদেশৰ পৰা কি আহিল বাৰ্তা, অহা সপ্তাহত অপাৰেচন সিন্দূৰৰ প্ৰতিনিধি দলক সাক্ষাৎ কৰাৰ সম্ভাৱনা প্ৰধানমন্ত্ৰী মোদীৰ

পহলগাম সন্ত্ৰাসবাদী আক্ৰমণ আৰু ‘অপাৰেচন সিন্দূৰ’(Operation Sindoor) অভিযানৰ পিছত ভাৰতৰ কূটনৈতিক প্ৰচাৰৰ অংশ হিচাপে ৩৩খন দেশলৈ প্ৰেৰণ কৰা বহুদলীয় প্ৰতিনিধি দলৰ সদস্যসকলক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সাক্ষাৎ কৰাৰ সম্ভাৱনা আছে ।

Popular