ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়

Raja Raghuvanshi: ৰাজাক হত্যা কৰিবলৈ গৈ হত্যাকাৰী বিফল হোৱাৰ পিছতো কেনেদৰে হত্যা কৰিলে ?

ইষ্ট খাছি পাহাৰৰ আৰক্ষী অধীক্ষক বিবেক ছিয়েমে কয় যে ৰাজাক(Raja Raghuvanshi) হত্যা কৰাৰ তিনিটা চেষ্টা ব্যৰ্থ হয়। কিন্তু চতুৰ্থবাৰৰ বাবে অধিক প্ৰস্তুতি আৰু পৰিকল্পনাৰে ৰাজাক হত্যা কৰা ঠাইখন বাছি লোৱা হ’ল।

World Blood Donor Day: ৰক্তদান মহান দানঃ আজি বিশ্ব ৰক্তদাতা দিৱস, কোনে ৰক্তদান কৰিব পাৰে আৰু কোনে নোৱাৰে ?

প্ৰতি বছৰে ১৪ জুনত বিশ্ব ৰক্তদাতা দিৱস পালন কৰা হয়, যাতে স্বেচ্ছামূলকভাৱে ৰক্তদান কৰাসকলক সন্মান জনোৱাৰ লগতে এই জীৱন ৰক্ষাকাৰী কামৰ বাবে মানুহক উৎসাহিত কৰিব পৰা যায়।(World Blood Donor Day)

অসমত অব্যাহত বানৰ তাণ্ডৱ! ১১ জিলাত প্ৰভাৱিত ২.৫৯ লাখ লোক । Assam floods

অসমত অব্যাহত বানৰ তাণ্ডৱ! ১১ জিলাত প্ৰভাৱিত ২.৫৯ লাখ লোক । Assam floods

China: বিশ্বৰ কোনবোৰ দেশক মানুহে বেছি ঘৃণা কৰে?

এখন দেশৰ সামৰিক কাৰ্যকলাপৰ(China)পৰা আৰম্ভ কৰি সংস্কৃতিলৈকে, আনকি বিদেশৰ পৰ্যটকৰ আচৰণ, দেশৰ ভিতৰত যিকোনো ধৰণৰ উত্তেজনা আৰু মানৱ অধিকাৰ উলংঘাৰ দ্বাৰা এখন দেশৰ সুনাম প্ৰভাৱান্বিতহয়৷

Eknath Shinde: উৰাজাহাজ চলাবলৈ অস্বীকাৰ পাইলটৰ, মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰীৰ অভিযোগ

মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী একনাথ সিন্দেৰ ব্যক্তিগত বিমান পাইলটৰ বিৰুদ্ধে অভিযোগ। কৰ্তব্যৰ সময় শেষ হোৱা আৰু অসুস্থতাৰ বাবে বিমান চলাবলৈ অস্বীকাৰ পাইলটৰ।(Eknath Shinde)

Popular