ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়

Zakir Hussain:কিংবদন্তি তবলাৰ সম্ৰাট জাকিৰ হুছেইনৰ মৃত্যু

তবলাৰ সম্ৰাট জাকিৰ হুছেইন(Zakir Hussain) আৰু নাই।হৃদযন্ত্ৰৰ সমস্যাৰ সৈতে যুঁজি থাকি চিকিৎসাধীন হৈ থকা জাকিৰ হুছেইনৰ আজি আমেৰিকাৰ এখন চিকিৎসালয়ত(San Francisco hospital) মৃত্যু ঘটে।

Varun Dhawan: ‘দেশৰ হনুমান’ অমিত শ্বাহ: অভিনেতা বৰুণ ধাৱন!

'মানুহে তেওঁক ৰাজনীতিৰ 'চাণক্য' বুলি কয়, কিন্তু মোৰ মতে তেওঁ 'দেশৰ হনুমান''। অমিত শ্বাহক 'দেশৰ হনুমান' আখ্যা অভিনেতা বৰুণ ধাৱানৰ। (Varun Dhawan)

Rongali Bihu:ৰঙালীৰ বতৰা লৈ অহা স্মৃতিকাতৰ ডিচেম্বৰ মাহ

কলিয়াবৰৰ জখলাবন্ধা বাণিজ্যিক কেন্দ্ৰ চৌবিশ ঘণ্টাই(Rongali Bihu) গ্ৰাহকৰ বাবে মুকলি হৈ থাকে হোটেল আৰু প্ৰায়বোৰ দোকান। দূৰণিবটীয়া যাত্ৰীবাহী বাছসমূহৰ যাত্ৰীৰ দিনে-নিশাই খাদ্য গ্ৰহণৰ স্থান।

Arvind Kejriwal: ‘তিনিটা প্ৰতিশ্ৰুতি পূৰণ কৰিব নোৱাৰিলোঁ’, দিল্লী বিধানসভা নিৰ্বাচনৰ পূৰ্বে স্বীকাৰ কৰিলে কেজৰিৱালে!

পাঁচ বছৰ পূৰ্বে বিধানসভা নিৰ্বাচনৰ সময়ত তেওঁৰ দলে দিল্লীবাসীক দিয়া তিনিটা প্ৰতিশ্ৰুতি পূৰণ কৰিব নোৱাৰিলে। এই মন্তব্য দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা আম আদমী পাৰ্টিৰ সভাপতি অৰবিন্দ কেজৰিৱালৰ।(Arvind Kejriwal)

Scientist Mihir Kanti Chowdhury:তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য্য, বিজ্ঞানী মিহিৰ কান্তি চৌধুৰীৰ পৰলোক

ওৰেটো জীৱন শিক্ষা সাধনাত ব্ৰতী আৰু শৈক্ষিক উৎকৰ্ষ সাধনত জড়িত ৰাজ্যখনৰ বিশিষ্ট শিক্ষাবিদ, বিজ্ঞানী আৰু তেজপুৰ বিশ্ববিদ্যালয়ৰ(Tezpur University) প্ৰাক্তন উপাচাৰ্য প্ৰফেছৰ মিহিৰ কান্তি চৌধুৰীৰ(Scientist Mihir Kanti Chowdhury) পৰলোকপ্ৰাপ্তিৰ বাতৰিয়ে আজি শোকাচ্ছন্ন কৰে তেজপুৰ বিশ্ববিদ্যালয় চৌহদ৷(Vice-Chancellor)

Popular