ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়

11 new conditions: ১১টা চৰ্ত বান্ধি দিলে আই এম এফেঃ মহা বিপদত পৰিছে পাকিস্তান

পাকিস্তানৰ অৰ্থনীতি পতনৰ পথত৷ দেশত(11 new conditions) ঋণৰ বোজা ক্ৰমে বাঢ়ি গৈছে৷ শ্বাহবাজ শ্বৰীফ চৰকাৰে সন্ত্ৰাসবাদীক সম্পূৰ্ণ উৎসাহেৰে সমৰ্থন কৰি আহিছে৷

Ex-servicemen: দেশপ্ৰেমঃ কাশ্মীৰৰ সুৰক্ষাৰ বাবে ওলাল ৪০০০ প্ৰাক্তন সেনা জোৱান

পেহেলগামৰ নাৰকীয় ঘটনাৰ পিছতে ভাৰতে পাকিস্তানৰ(Ex-servicemen)ওপৰত হানিছে মোক্ষম আঘাত৷

Priyanka and jyoti: জ্যোতিৰ পিছত প্ৰিয়ংকা, দুয়োৰে পাকিস্তানৰ সৈতে কি সম্পৰ্ক ?

ইউটিউবাৰ প্ৰিয়ংকা সেনাপতি কোন? চোৰাংচোৱা গোচৰত গ্ৰেপ্তাৰ হোৱা জ্যোতি মালহোত্ৰাৰ সৈতে সংযোগ প্ৰিয়ংকাৰ।(Priyanka and jyoti)

Hyderabad: ভয়ংকৰ অগ্নিকাণ্ডত নিহত ১৭ জন, নিহত আত্মীয়লৈ ২ লাখ টকা ঘোষণা প্ৰধানমন্ত্ৰীৰ

হায়দৰাবাদৰ চাৰ্মিনাৰৰ সমীপৰ এটা অট্টালিকাত ভয়াৱহ অগ্নিকাণ্ডত ১৭ জন লোকৰ মৃত্যু হয়। এই দুৰ্ঘটনাক লৈ শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী মোদীয়ে। প্ৰতিজন মৃতকৰ পৰিয়ালক(Hyderabad)পিএমএনআৰএফৰ পৰা ২ লাখ টকাৰ ধন প্ৰদান কৰা হ’ব।

Jyoti Malhotra News: জ্যোতি মালহোত্ৰাৰ সন্দৰ্ভত কি ক’লে জ্যোতিৰ পিতৃয়ে ?

'পাকিস্তানত বন্ধু থাকিলে ফোন কৰিব নোৱাৰিনে?' চোৰাংচোৱাগিৰিৰ পৰা মুক্ত হোৱা জ্যোতিৰ পিতৃয়ে নিজৰ ছোৱালীৰ ফোনটো ঘূৰাই বিচাৰে।(Jyoti Malhotra News)

Popular