ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়

Banu Mushtaq: হাৰ্ট লেম্পত প্ৰকাশ পাইছে মুছলমান মহিলাৰ দৈনন্দিন জীৱন

কানাড়া সাহিত্যিক বানু মুস্তাকলৈ ২০২৫ বৰ্ষৰ ‘আন্তঃৰাষ্ট্ৰীয় বুকাৰ বঁটা’।(Banu Mushtaq)

Mizoram: দেশৰ প্ৰথমখন পূৰ্ণ সাক্ষৰ ৰাজ্যৰূপে পৰিগণিত মিজোৰাম

দেশৰ প্ৰথমখন পূৰ্ণ সাক্ষৰ ৰাজ্য হিচাপে স্বীকৃতি লাভ মিজোৰামৰ।(Mizoram)কেন্দ্রীয় শিক্ষা মন্ত্রালয়ে প্রদান কৰিলে মিজোৰামক পূৰ্ণ সাক্ষৰতাৰ স্বীকৃতি।

India–Bangladesh: ভাৰতে হাতে নামাৰি ভাতে মাৰিব বিচাৰিছে বাংলাদেশক

ভাৰতৰ অৰ্থনৈতিক হেঁচাত এতিয়া নতশিৰ হৈছে বাংলাদেশ৷(India–Bangladesh) বাণিজ্যত আঘাত লগাৰ পিছতে এতিয়া ইউনুছৰ বাংলাদেশে ভাৰতৰ সৈতে বিচাৰিছে আলোচনা৷

jyoti malhotra youtuber: বিলাসী জীৱনশৈলী, সঘনাই বিদেশ ভ্ৰমণ খৰচ কোনে বহন কৰিছিল জ্যোতিৰ?

জ্যোতি মালহোত্ৰাৰ ওলাইছে ইটোৰ(jyoti malhotra youtuber)পিছত সিটো কাহিনী৷ আৰক্ষীয়ে জনোৱা মতে, জ্যোতিৰ পাকিস্তান ভ্ৰমণৰ বাবে আন কোনোবাই ধন দিছিল৷

ACA Women’s Challenger Trophy: ২২ মে’ৰ পৰা হ’ব অসম ক্ৰিকেট সন্থাৰ এচিএ মহিলা চেলেঞ্জাৰ ট্ৰফীৰ খেল

অসম ক্ৰিকেট সন্থাই ৰাজ্যৰ শ্ৰেষ্ঠ(ACA Women's Challenger Trophy) মহিলা ক্ৰিকেট প্ৰতিভা প্ৰদৰ্শন হব পৰাকৈ অহা ২২ মে'ৰপৰা ৫০ অভাৰৰ এ চি এ উইমেনছ চেলেঞ্জাৰ ট্ৰফী প্ৰতিযোগিতা আয়োজনৰ কথা ঘোষণা কৰিছে ।

Popular