ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়

AGP defeated the Congress: বঙাইগাঁৱত কংগ্ৰেছক ৩৫,১৬৪টা ভোটৰ ব্যৱধানত পৰাজিত কৰি অগপৰ দীপ্তিময়ী চৌধুৰীৰ জয়

অৱধাৰিতভাবেই ৩২নং বঙাইগাঁও বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ ফলাফল অগপ(AGP defeated the Congress) তথা মিত্ৰজোটৰ(Alliance) হাতলৈ গ'ল৷ অক্ষত হৈ থাকিল অগপ দলৰ দুৰ্গ বঙাইগাঁও৷ সমষ্টিটোৰ পৰা নিৰ্বাচিত হ'ল অগপ দলৰ প্ৰাৰ্থী দীপ্তিময়ী চৌধুৰী(Diptimoy Chowdhury)৷

Lachit Diwas 2024: আজি লাচিত বৰফুকনৰ ৪০২ সংখ্যক জন্মজয়ন্তী। মুখ্যমন্ত্ৰীয়ে লাচিত দিৱস উপলক্ষে ছ’চিয়েল মিডিয়াৰ প্ৰফাইলত ৰাখিলে বীৰ লাচিতৰ ফটো

 ১৬২২ চনৰ ২৪ নৱেম্বৰ তাৰিখে আহোম ৰাজধানী গড়গাঁৱত জন্ম হৈছিল লাচিত বৰফুকনৰ। তেওঁৰ পিতৃৰ নাম আছিল ম'-মাই তামূলী ফুকেলুং। জন্মসূত্ৰে তেওঁৰ নাম লা-চিত৷ (Lachit Diwas 2024)

TRUMP: ট্ৰাম্প ক্ষমতালৈ অহাৰ পিছত ইলন মাস্কৰ নতুন অভিলেখ

বিশ্বৰ আটাইতকৈ ধনী ব্যক্তি ইলন মাস্কে নিজৰ ধন-সম্পত্তিৰ ক্ষেত্ৰত এক নতুন মাইলৰ খুঁটিত উপনীত হৈছে। বৰ্তমান ইয়াৰ পৰিয়ালৰ মূল্য ৩৪৮ বিলিয়ন ডলাৰ। ইয়াৰ পূৰ্বৰ...

Dialect: ছিৰিয়াত পোৱা গৈছে বিশ্বৰ আটাইতকৈ পুৰণি লিপি, কি গোপন কথা লুকাই আছে

ৱেবডেস্ক: শেহতীয়াকৈ ছিৰিয়াৰ পুৰাতত্ত্ববিদৰ এটা দলে বিশ্বৰ আটাইতকৈ পুৰণি লিপি আৱিষ্কাৰ কৰা বুলি দাবী কৰিছে। তেওঁলোকৰ মতে এই লিপিয়ে ভাষাৰ বিকাশ আৰু প্ৰাথমিক মানৱ...

Amit Shah Meet Vikrant Massey: ‘দ্য সবৰমতী ৰিপ’ৰ্ট’ দলক সাক্ষাৎ গৃহমন্ত্ৰী অমিত শ্বাহৰ। প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰীৰ প্ৰশংসাৰ পিছতে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই উপভোগ কৰিলে...

বিক্ৰান্ত মেছিৰ ছবি ‘দ্য সাবৰমতী ৰিপ’ৰ্ট’ ছবিগৃহত মুক্তি পোৱাৰ ১ সপ্তাহ হ’ল। ৰাছি খান্না আৰু ৰিদ্ধি ডোগ্ৰাকো বিক্ৰান্ত মেছিৰ সৈতে ছবিখনত দেখা গৈছে। শেহতীয়াকৈ প্ৰধানমন্ত্ৰী মোদীয়ে ছবিখনৰ প্ৰশংসা কৰি টুইট কৰিছিল। শেহতীয়াকৈ অমিত শ্বাহে বিক্ৰান্ত আৰু একতা কাপুৰক সাক্ষাৎ কৰে।

Popular