ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়

US Presidential Election 2024: কোনে মাৰিব শেষ হাঁহি। আজি আমেৰিকাত ৰাষ্ট্ৰপতি নির্বাচন

আমেৰিকাৰ নতুন ৰাষ্ট্ৰপতি হোৱাৰ মূল যুঁজখন ৰিপাব্লিকান ড’নাল্ড ট্ৰাম্প আৰু ডেম’ক্ৰেট কমলা হেৰিছৰ মাজত। সকলো সমীক্ষা আৰু অন্যান্য অনুমানৰ ভিত্তিত ২০২৪ চনত অতি কঠিন প্ৰতিযোগিতা হ’ব বুলি কোৱা হৈছে।(US Presidential Election 2024)

China Population: চীনবাসীলৈ অনুৰোধ, অধিক সন্তান জন্ম দিয়ক

চীনত জন্মৰ হাৰ দ্ৰুতগতিত হ্ৰাস পাইছে আৰু ইয়াৰ বাবেই যোৱা বছৰ জনসংখ্যাৰ ক্ষেত্ৰত চীন ভাৰতকে পিছ পৰিছিল।(China Population)

PM Modi’s UCC Pitch On Unity Day: ৰাষ্ট্ৰীয় একতা দিৱসত প্ৰধানমন্ত্ৰী মোদীয়ে কলে: ‘ভাৰতে এক ৰাষ্ট্ৰ, এক ধৰ্মনিৰপেক্ষ নাগৰিক সংহিতাৰ দিশত আগবাঢ়িছে’

ভাৰতৰ প্ৰথমগৰাকী গৃহমন্ত্ৰী চৰ্দাৰ বল্লভভাই পেটেলৰ জন্ম বাৰ্ষিকী উপলক্ষে তেখেতৰ ষ্টেচু অৱ ইউনিটিৰ সমীপত আয়োজিত ৰাষ্ট্ৰীয় ঐক্য দিৱসৰ অনুষ্ঠানত অংশগ্ৰহণ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে এক ৰাষ্ট্ৰ এক নিৰ্বাচন’ৰ কথা উল্লেখ কৰি কয় যে, ই এক উন্নত ভাৰতৰ সপোন বাস্তৱ কৰাৰ এক গুৰুত্বপূৰ্ণ পদক্ষেপ)PM Modi's UCC Pitch On Unity Day) ।

Rajnath Singh Celebrates Diwali: তেজপুৰত সেনা জোৱানৰ সৈতে ৰাজনাথ সিঙৰ দীপাৱলী উদযাপন

কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে অসমৰ তেজপুৰস্থিত ৪ৰ্থ কৰ্পছৰ মুখ্য কাৰ্যালয়ত বুধবাৰে সেনা জোৱানসকলৰ সৈতে পোহৰৰ উৎসৱ দীপাৱালী উদযাপন কৰে(Rajnath Singh Celebrates Diwali)।

Diwali Celebrations with Border Troops: সীমান্তৰ সেনাৰে দীপাৱলী উদযাপন উপলক্ষ্যে টাৱাঙলৈ অহা ৰাজনাথ সিঙৰ তেজপুৰৰ বায়ুসেনা চাউনীত বাহৰ

ভাৰত-চীন সীমান্ত ভ্ৰমণলৈ আহি তেজপুৰস্থিত বায়ুসেনাৰ অতিথিশালত বাহৰ পাতিছে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে(Rajnath Singh Stops at Tezpur Airbase)। প্ৰতিকূল বতৰৰ বাবে পোনে পোনে টাৱাঙলৈ যোৱাৰ পৰিৱৰ্তে তেজপুৰত অৱতৰণ প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীৰ বিমান(Diwali Celebrations with Border Troops) ।

Popular